GUWAGACHA MAJGAON ANCHALIK JATIYA BIDYALAYA

Guwagacha-Majgaon,Barpeta,Assam 781315

office@gmanchalikjatiyabidyalaya.com 9401270492

Class News

20/10/2025

অহাকালি বিদ্যালয় বন্ধ থাকিলেও দশম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ'ব। সেয়ে ছাত্ৰ ছাত্ৰী সকলক ইউনিফৰ্ম নিপিন্ধি অন্য পোছাক পৰিধান কৰি আহিবলৈ কোৱা হ'ল।

ধন্যবাদেৰে -

অধ্যক্ষ,

গুৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়।

তাং - ২০।১০।২৫ ইং।