GUWAGACHA MAJGAON ANCHALIK JATIYA BIDYALAYA

Guwagacha-Majgaon,Barpeta,Assam 781315

office@gmanchalikjatiyabidyalaya.com 9401270492

Class News

20/10/2025

কাইলৈ বিদ্যালয় বন্ধ থাকিলেও দশম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ'ব।

সেয়ে দশম শ্ৰেণীত পাঠদান কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক বিদ্যালয়ত উপস্থিত থাকিবলৈ কোৱা হ'ল।

ধন্যবাদেৰে -

অধ্যক্ষ,

গুৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়।

তাং - ২০।১০।২৫ ইং।